Top
Begin typing your search above and press return to search.

লুইতৰ বুকুত পুনৰ অঘটন

লুইতৰ বুকুত পুনৰ অঘটন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2018 6:13 AM GMT

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলা দুখনকৈ জাহাজ নৈৰ মাজৰ বালিত লাগি আবদ্ধ হৈ পৰিছে।ৰজাদুৱাৰ আৰু মধ্যম খণ্ডৰ জাহাজ দুখন নদীৰ বুকুত আবদ্ধ হোৱাৰ পিছত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। এখন জাহাজ ঘন কুৱলীৰ বাবে বাট ভুল কৰি উভতি ঘাটলৈ যোৱাৰ সময়তে নদীৰ বুকুৰ বালিত আবদ্ধ হৈ পৰে।এইদৰেই চলিছে ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ পাছত ৰাজ্যৰ জল পৰিবহন ব্যৱস্থা।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story