Begin typing your search above and press return to search.

শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ

শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2018 10:53 AM GMT

বৰ্তমানলৈ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া খবৰ অনুসৰি শিৱসাগৰ জিলাত বিভিন্ন দলৰ সামগ্ৰিক স্থিতি-

গাঁও পঞ্চায়তৰ সদস্য: গাঁও পঞ্চায়তৰ মুঠ আসন ৮২০ খন। ইয়াৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ২০৬ খন, কংগ্ৰেছে লাভ কৰিছে ১৫৩ খন আসন, অগপই লাভ কৰিছে ৭৮ খন আসন আৰু অন্যান্যই লাভ কৰিছে ২ খন আসন।

গাঁও পঞ্চায়তৰ সভাপতি: গাঁও পঞ্চায়তৰ সভাপতিৰ মুঠ আসন ৮২ খন। ইয়াৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ১৮ খন আসন, কংগ্ৰেছে লাভ কৰিছে ১৪ খন আসন আৰু অগপই লাভ কৰিছে ৭ খন আসন।

আঞ্চলিক পৰিষদৰ সদস্য: আঞ্চলিক পৰিষদৰ সদস্যৰ আসনৰ মুঠ সংখ্যা ৮২ খন। ইয়াৰ ভিতৰত বিজেপিয়ে ২০ খন আসন, কংগ্ৰেছ দলে ১২ খন আৰু অগপই ৭ খন আসন লাভ কৰিছে।

জিলা পৰিষদ: জিলা পৰিষদৰ মুঠ আসন ১৭ খন। ইয়াৰ ভিতৰত বিজেপিয়ে ১ খন আৰু কংগ্ৰেছে ১ খন আসন লাভ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story
চাকৰি