শেষ নিশ্বাস ত্যাগ কৰিলে সুকন্ঠী গায়িকা দীপালি বৰঠাকুৰে

শেষ নিশ্বাস ত্যাগ কৰিলে সুকন্ঠী গায়িকা দীপালি বৰঠাকুৰে
Published on

আজি শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ সুকন্ঠী গায়িকা দীপালি বৰঠাকুৰে

দীৰ্ঘদিন ধৰি অসুস্ত হৈ আছিল অসমৰ চিৰসেউজ গায়িকা গৰাকী,

বৰ্তমান গুৱাহাটীৰ নেম কেয়াৰত হাস্পতালত ৰখা হৈছে গায়িকা গৰাকীৰ নশ্বৰদেহ।

৭৭ বছৰ বয়সত দেহ ত্যাগ কৰে পদ্মশ্ৰী বটাঁৰে সন্মানিত গায়িকা গৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com