শোণিতপুৰত বানৰ ভয়াবহ পৰিস্থিতি

শোণিতপুৰত বানৰ ভয়াবহ পৰিস্থিতি

বাৰিষা কালৰ বানে সমগ্ৰ অসমৰ প্ৰায় বোৰ অঞ্চলতে বানৰ সৃষ্টি কৰিছে। শোণিতপুৰৰ ঢেকিয়াজুলিত ভয়াৱহ বান পৰিস্থিতিয়ে সমূহ ৰাইজে বিপদৰ সন্মুখীন হ'বলগা হৈছে।গেজেঙাগুৰীত বিস্তৃৰ্ণ অঞ্চল বানৰ কবলত। কৃত্ৰিম বানৰ ফলত বাসগৃহ, কৃষিভূমি, বিদ্যালয় আৰু ৰাজপথ আদি সকলোবোৰ বুৰ গৈছে। অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰিছে বানৰ তাণ্ডৱ যাৰ বাবে ওখ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com