শ্বেইফৰ 'বজাৰ' স্ক্ৰিনিংত উপস্থিত কৰিনা কাপুৰ খান

শ্বেইফৰ 'বজাৰ' স্ক্ৰিনিংত উপস্থিত কৰিনা কাপুৰ খান
Published on: 

বলীউডৰ মোহময়ী তথা বেবো কৰিনা কাপুৰ খান আৰু শ্বেইফ আলী খান বলীউড জগতৰ দম্পত্তী সমূহৰ ভিতৰত অন্যতম । জীৱনৰ প্ৰতিটো সময়তে ইজনে সিজনক সহায় কৰাৰ পৰা একেলগে কেমেৰাৰ আগত ফটোৰ বাবে পজ দিয়া আমি দেখিয়ে আহিছো । আনহাতে অলপ দিন আগত বিবাহ বাৰ্ষিকৰ কিছু ফটোও চ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আমি দেখিবলৈ পাইছো ।

ব্যতিক্ৰম ন'হল এইবাৰো,শ্বেইফ আলী খানৰ নতুন ছবি 'বাজাৰ"ৰ স্ক্ৰিনিং উপস্থিত থাকিল পত্নী কৰিনা কাপুৰ খান । বেবোক দেখা পোৱা ক'লা টপ আৰু বগা ৰঙৰ পেণ্ট পৰিধিত ৰূপত আনহাতে শ্বেইফক দেখা পোৱা গ'ল গুলপীয়া ৰঙৰ ব্লেজাৰৰ সৈতে বগা ৰঙৰ কূৰ্টা পৰিধান কৰিছিল। তলত সেই উপস্থিত থকা অনুষ্ঠানৰ ফটো প্ৰকাশ কৰা হ'ল…………

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com