Begin typing your search above and press return to search.
ষ্টাইল গেলেৰী: সকলো ধৰনৰ উৎসৱৰ সময়ত,তাৰকাৰ গ্লেম লুকচ;ফটো

যোৱা নিশা ফেশ্বন ডিজাইনাৰ সন্দিপ খোচলাই মুম্বাইত আয়োজন কৰে প্ৰি-দিপাৱলীৰ এটি সৰু আয়োজন(চেলিব্ৰেচন) ।আয়োজিত অনুষ্ঠানত উপস্থিত থাকে বি-টাউনৰ বহু নামী-দামী তাৰকা সকল । তাৰকা তথা অভিনেত্ৰী অনান্যা,ঈশা,শ্ৰদ্ধা হতে পৰিধান কৰা কাপোৰৰ কিছু ফটো তলত প্ৰকাশ কৰা হ'ল…………
ঈশা গুপ্তাই পৰিধান কৰে গুলপীয়া ৰঙৰ ৰাফেল শাৰীৰ সৈতে পিয়েৰক এম্ব্ল্লিচ্ড ব্লাউচ । ৰুবী আৰু ডায়মণ্ড জুৱেলেৰী ।
https://www.instagram.com/p/BptwoMBHm6P/
https://www.instagram.com/p/BptwcsfnN8s/
অনান্যা পাণ্ডেই পৰিধান কৰে লেহেংগা,গল্ড গোটা ত্ৰিমৰ সৈতে গল্ড চোলী । লগতে সাজৰ লগত মিলাকৈ মাংগ টিক্কা ।
https://www.instagram.com/p/Bpr8XFpHZ6L/
শ্ৰদ্ধা কাপুৰে পৰিধান কৰে পাউডাৰ ব্লু এম্ব্ৰডাৰী অৰগেনজা লেহেংগা স্কাৰ্ট ।
https://www.instagram.com/p/Bps6WpNFJ0I/
মাচাবা গুপ্তাই পৰিধান কৰে নিজে ডিজাইন কৰা কলা আৰু সোনালী ৰঙৰ প্ৰিণ্টেড শাৰীৰ সৈতে ষ্ট্ৰাৰপ্লেচ ব্লাউচ । গল্ড চ'কাৰ,কানফুলি আৰু চুলি খিনি শুপা বান্ধিছে ।
https://www.instagram.com/p/Bpr9CUqHj5J/
https://www.instagram.com/p/BpsT-nDnu_c/
Also read: কৰন জহৰ,অৰ্জুন কাপুৰ,মালাইকা আৰোৰা আৰু বহুতে উপস্থিত থাকিল সন্দিপ খোচলাৰ দিপাৱলী পাৰ্টীত,ফটো
Next Story