প্ৰখ্যাত বুদ্ধিজীৱী হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ

প্ৰখ্যাত বুদ্ধিজীৱী হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ

লতাশিল থানাত গোচৰ ৰজু কৰিলে আৰক্ষীয়ে৷

নাগৰিক সমাজৰ প্ৰতিবাদত কৰা মন্তব্যৰ কাৰণে দেশদ্ৰোহিতাৰ গোচৰ

সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷

হীৰেন গোহাঁইৰ মন্তব্য কৰিছিল যে,

অসম বিভিন্ন আন্দোললৰ সন্মুখীন হৈ আছে ৷

যাৰ কাৰনে অসমৰ উন্নয়ন স্থবিৰ হৈ আছে ৷

এটাৰ পাছত আনটোত বিপৰ্যয় অসমক বিভ্ৰান্ত কৰিছে৷

আমি যে ধৰ্মনিৰপেক্ষতাৰ কথা কৈছো ৷সেই ধৰ্মনিৰপেক্ষতা সংবিধানৰ প্ৰতিশ্ৰুতি৷

এই ধৰ্ম নিৰপেক্ষতা যি চৰকাৰে উলংঘা কৰিব৷আমি সেই চৰকাৰৰ নিপাত যোৱাটো বিচাৰোঁ।

ইফালে হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ অনাৰ পিছতে বিভিন্ন দল সংগঠন,বুদ্ধিজীৱীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com