Begin typing your search above and press return to search.

উত্তৰ পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২০ চনৰ পদ্ম বঁটা, তলত তালিকাখন দিয়া হ'ল

উত্তৰ পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২০ চনৰ পদ্ম বঁটা, তলত তালিকাখন দিয়া হল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jan 2020 8:06 AM GMT

উত্তৰ পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২০ চনৰ পদ্ম বঁটা, তলত তালিকাখন দিয়া হ'ল। আজি ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিড়াবিদ সহ মুঠ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বঁটা প্ৰদান কৰা হ'ব।

পদ্ম বঁটাৰ তালিকা-

১) পদ্ম বিভূষণ মেৰি কম , খেল , মণিপুৰ

২) পদ্ম বিভূষণ এছচি জামিৰ , পাব্লিক এফেয়াৰ্চ , নাগালেণ্ড

৩) পদ্মশ্ৰী পি পি বৰা , আৰ্ট , অসম

৪) পদ্মশ্ৰী লীল বাহাদুৰ চেট্ৰী , সাহিত্য , শিক্ষা

৫) যোগেন্দ্ৰনাথ ফুকন - সাহিত্য শিক্ষা , অসম

৬) ডা: কুশল কোঁৱৰ শৰ্মা , মেডিচিন , অসম

৭) ওইনাম বেমবেম দেৱী , ফুটবল মণিপুৰ

৮) য়েছী দুৰজী থনসি , সাহিত্য , অৰুণাচল

৯) চি কামলোভা , সাহিত্য , শিক্ষা , মিজোৰাম

১০) পু লালবিয়াকথাংগা পাছুৱা - সাহিত্য শিক্ষা , মিজোৰাম

১১) সত্যনাৰায়ন মুনডায়ৰ - সমাজ কৰ্মী , অৰুণাচল

১২) ত্ৰিনিটি চায়ো - কৃষি , মেঘালয়

১৩) ডা: ৰবি কানন আৰ - মেডিচিন , অসম

অন্য খবৰৰ বাবে পঢ়ক : ৭১ সংখ্যক গণতন্ত্ৰ দিৱস: ৪ টাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাই গ’ল উজনি অসম

ভিডিঅ প্ৰতক্ষ্য কৰক: Ajmal Foundation distributes 10 Computers to Axom Sahitya Sabha in Guwahati

Next Story
চাকৰি