Begin typing your search above and press return to search.

৭১ সংখ্যক গণতন্ত্ৰ দিৱস: ৪ টাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাই গ'ল উজনি অসম

৭১ সংখ্যক গণতন্ত্ৰ দিৱস: ৪ টাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাই গল উজনি অসম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jan 2020 5:15 AM GMT

৭১ সংখ্যক গণতন্ত্ৰ দিৱস: ৪ টাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাই গ'ল উজনি অসম । ৭১ সংখ্যক গণতন্ত্ৰ দিৱসৰ সুৰক্ষাৰ মাজতেই আজি ৰাতিপুৱা চাৰিটাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাই তোলে উজনি অসম ।

তথ্য অনুসৰি প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰিৰ,টিয়কহাতত , দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় দুলিয়াজান থানাৰ সমীপত , তৃতীয়টো বিস্ফোৰণ সংঘটিত হয় গুৰুদ্বাৰাৰ সমীপৰ মাৰোৱাৰী পাট্টি আৰু চতুৰ্থটো‌ বিস্ফোৰণ সংঘটিত হয় ডিব্ৰুগড় জিলাৰ অন্তৰ্গত গ্ৰাহম বজাৰত ।

এই বোমা‌ বিস্ফোৰণ ঘটনাত এতিয়ালৈকে কোনো আঘতৰ খবৰ অহা নাই।

আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ।

অন্য খবৰৰ বাবে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে: সদৌ অসম ছাত্ৰ সন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক: Two children aged 4 and 7, died in fire accident in Guwahati

Next Story