৬৫ তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠান: কোন কোন অভিনেতা অভিনেত্ৰীৰ নাম আছে নমিনেশ্বনত

৬৫ তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠান: কোন কোন অভিনেতা অভিনেত্ৰীৰ নাম আছে নমিনেশ্বনত ? বলিউডৰ সবাতোকৈ জনপ্ৰিয় বঁটা অনুষ্ঠান হ'ল ফিল্মফেয়াৰ বঁটা অনুষ্ঠান।এই বৰ্ষৰ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ'ব গুৱাহাটী, অসমত । ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । এই বঁটা প্ৰদান অনুষ্ঠানৰ নমিনেশ্বন তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে। এইবৰ্ষৰ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত ১৯ টা বিভাগৰ বাবে নমিনেশ্বন তালিকা প্ৰস্তুত কৰা হৈছে। চাঁও আহক এই বৰ্ষৰ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত কোন কোন অভিনেতা অভিনেত্ৰীৰ নাম আছে -
https://twitter.com/filmfare/status/1224011603542183936
সৰ্বশ্ৰেষ্ঠ প্ৰকৃত ঘটনা-
আৰ্টিকল ১৫- অনুভৱ সিন্হা, গোৰৱ সোলংকি
চিচোৰে- নিতেশ তিৱাৰী, পিয়ুষ গুপ্তা, নিখিল
গলি বয়- জয়া আখটাৰ , ৰীমা কাগতি
মৰ্দ কা দৰ্দ নহী হোতা- বাসন ৱালা
মিছন মংগল- জগন শক্তি
সোণচিৰেয়া- অভিষেক ছেবু, সুদীপ শৰ্মা ।
শ্ৰেষ্ঠ স্ক্ৰীনপ্লে-
আৰ্টিকল ১৫- অনুভৱ সিন্হা, গোৰৱ সোলংকি
গলি বয়- জয়া আখটাৰ , ৰীমা কাগতি
মিছন মংগল- জগন শক্তি
সোণচিৰেয়া- অভিষেক ছেবু, সুদীপ শৰ্মা ।
চান্দ কি আখ - বলবিন্দৰ সিং জনুজা
চেক্সন ৩৭৫ - মনীষ গুপ্তা, অজয় বাহল ।
শ্ৰেষ্ঠ চলচ্চিত্ৰ-
চিচোৰে
গলি বয়
মিছন মংগল
উৰি- দা ছাৰ্জিকেল ষ্ট্ৰাইক
ৱাৰ
শ্ৰেষ্ঠ নিৰ্দেশক -
আদিত্য ধৰ- উৰি- দা ছাৰ্জিকেল ষ্ট্ৰাইক
জগন শক্তি- মিছন মংগল
সিদ্ধাৰ্থ আনন্দ- ৱাৰ
জয়া আখটাৰ - গলি বয়
শ্ৰেষ্ঠ ডেবু নিৰ্দেশক
আদিত্য ধৰ- উৰি- দা ছাৰ্জিকেল ষ্ট্ৰাইক
জগন শক্তি- মিছন মংগল
ৰাজ শান্দিল্য - ড্ৰীম গাৰ্ল
ৰাজ মেহতা- গুড নিউজ
গোপী পুথৰাণ- মৰ্দানী ২
তুষাৰ হীৰানন্দনী - চান্দ কি আখ ।
শ্ৰেষ্ঠ সংলাপ-
আৰ্টিকল ১৫
ৱালা
চিচোৰে
গলি বয়
সোণচিড়িয়া
ছুপাৰ ৩০
শ্ৰেষ্ঠ ডেবু ( পুৰুষ)
অভিমন্যু দচানী - মৰ্দ কো দৰ্দ নহী হোতা
মিজান জাফাৰী - মলাল
সিদ্ধান্ত চতুৰ্বেদী - গলি বয়
বৰ্ধন পুৰী - য়ে চালী আশিকী
বিশাল জেঠবা- মৰ্দানী ২
জহীৰ ইকবাল - নোটবুক
শ্ৰেষ্ঠ ডেবু ( মহিলা)
অনন্যা পাণ্ডে
প্ৰনুতধ বহল
তাৰা সুতাৰিয়া
সয় মাংজেকৰ
শৰমীন সহগল
শিবালীকা ওবৰয় ।
শ্ৰেষ্ঠ লিৰিক্স
অমিতাভ ভট্টাচাৰ্য
ডিবাইন আৰু অংকুত তিৱাৰী
ইৰছাদ কামিল
মনোজ মন্তিশৰ
মিথুন
তনিক্স বাগছী
শ্ৰেষ্ঠ অভিনেত্ৰী -
আলিয়া ভট
কংগনা ৰাণাৱট,
কৰীণা কাপুৰ
প্ৰিয়ংকা চোপ্ৰা
ৰাণী মুখাৰ্জী
বিদ্যা ৱালন
শ্ৰেষ্ঠ অভিনেতা-
অক্ষয় কুমাৰ
আয়ুস্মান খুৰানা
হৃত্বিক ৰোচন
ছাহিদ কাপুৰ
ৰণবীৰ সিং
বিকি কৌশল
ইয়াৰ উপৰিও শ্ৰেষ্ঠ প্লে-বেক সংগীতকাৰ (পুৰুষ, মহিলা) , শ্ৰেষ্ঠ মিউজিক এলবাম আদি বিভিন্ন বিভাগৰ নমিনেশ্বন ঘোষনা কৰা হৈছে ।
অন্য খবৰৰ বাবে পঢ়ক : মুক্তি পালে বিকি কৌশলৰ ভৌতিক ছবি ভূত পাৰ্ট ১: দা হনটেড শ্বিপৰ ট্ৰেইলাৰ
ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP not to take part in active politics, says GS Palash Changmai