Begin typing your search above and press return to search.

১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আধাৰৰ যাৱতীয় কাম

১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আধাৰৰ যাৱতীয় কাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Aug 2019 12:41 PM GMT

১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আধাৰৰ যাৱতীয় কাম । আধাৰ শীৰ্ষৰ কামসমূহ আৰম্ভ হ’ব চলিত বৰ্ষৰ ১ চেপ্তেম্বৰৰ পৰা ৷ এই সন্দৰ্ভত ১ ছেপ্তেম্বৰৰ পৰা কামসমূহ আৰম্ভ কৰিবলৈ আধাৰ পঞ্জীকৰণৰ কাৰণে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে সাধাৰণ প্ৰশাসনিক বিভাগে ৷ ৰাজ্যৰ আধাৰ নামাংকন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আবেদকসকলৰ দাবী আৰু আপত্তিৰ শুনানি এই বছৰৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা স্তব্ধ কৰা হৈছিল।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ লগত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে সেই লোকসকলৰ কাৰণে বায়’মেট্ৰিক ডাটা একত্ৰিত কৰিছে যিয়ে এন আৰ চিৰ দাবী আপত্তিৰ শুনানিত ভাগ লয় । সীমিত সময়ৰ কাৰণে গৃহ আৰু ৰাজনৈতিক বিভাগে এনআৰচিৰ কাৰণে ৰাজ্যৰ আধাৰ নামাংকণ কেন্দ্ৰৰ ব্যৱহাৰ কৰে।

প্ৰথমৰ পৰা একত্ৰিত কৰা দাবী আৰু আপত্তিৰ এনআৰচিৰ শুনানিত ভাগ লোৱা সকলৰ ৯৯ শতাংশ অধিক বায়’মেট্টিক ডাটাৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰত্যেক ৰাজহ চক্ৰৰ কাৰ্যালয়ত কেৱল এটা আধাৰ নাম্বাৰ থাকে । সম্প্ৰতি চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা হ’ব আধাৰ নামাংকন প্ৰক্ৰিয়া ।

অন্য খবৰৰ বাবে পঢ়ক: নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক:Devotees rush to Batadrava than on the eve of the holy month of Bhado

Next Story
চাকৰি