আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০
Published on

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নগাঁওত লেবৰটৰী বীয়েৰাৰখালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম:লেবৰটৰী বীয়েৰাৰ

পদৰ সংখ্যা: ০৩

বয়স: ৪৪ বছৰ ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

শিক্ষাগত অৰ্হতা: হাই স্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ।

দৰমহা: ১২০০০- ৩৭৫০০ গ্ৰেড পে ৩৯০০/- টকা

আবেদনৰ শেষ তাৰিখ: ১৫/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, ADP College, RRB Road, PIN-782002, Nagaon, Assam.ঠিকনাত পঠিয়াব লাগিব।

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com