উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল ২৫ মে'ত ঘোষণা কৰা হব । অসম শিক্ষা সংসদে ঘোষণা কৰিলে এই কথা ।
এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে কলা শাখাত আছে ১,৮৬,১৮৭ গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত আছে ৩৭,৪৫৫ গৰাকী শিক্ষাৰ্থী আৰু বানিজ্য শাখাত আছে ১৮,২৯১ গৰাকী পৰীক্ষাৰ্থী । আনহাতে ৯১০ গৰাকী বৃত্তিমূলক শাখাৰ পৰীক্ষাৰ্থী আছে ।
২৫ মে'ত পুৱা ৯ বজাত প্ৰকাশ পাব ফলাফল সমুহ। বহুকেইটা ৱেবচাইটৰ জৰিয়তে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে । এচ এম এচৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল সমুহ।
কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফল| ৱেবচাইট কেইটা হল
www.hsinfo.in,
wwwahsec.nic.in,
www.indiaResults.com
www.knowyourresult.com,
www.ExamResult.net,
www.resultd.shiksha,
www.exametc.com
www.schools9.com,
www.jagranjosh.com
httpp://resultsamarujala.com,
www.assamresult.in
www.iResults.net,
আৰু www.EduAssam.com|
ফলাফল লাভ কৰিব উপলব্ধ নামৰ মোবাইল এপৰ জৰিয়তেও|
অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ