Begin typing your search above and press return to search.

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব ২৫ মে'ত

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব ২৫ মেত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2019 9:39 AM GMT

উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল ২৫ মে'ত ঘোষণা কৰা হব । অসম শিক্ষা সংসদে ঘোষণা কৰিলে এই কথা ।

এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে কলা শাখাত আছে ১,৮৬,১৮৭ গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত আছে ৩৭,৪৫৫ গৰাকী শিক্ষাৰ্থী আৰু বানিজ্য শাখাত আছে ১৮,২৯১ গৰাকী পৰীক্ষাৰ্থী । আনহাতে ৯১০ গৰাকী বৃত্তিমূলক শাখাৰ পৰীক্ষাৰ্থী আছে ।

২৫ মে'ত পুৱা ৯ বজাত প্ৰকাশ পাব ফলাফল সমুহ। বহুকেইটা ৱেবচাইটৰ জৰিয়তে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে । এচ এম এচৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল সমুহ।

কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফল| ৱেবচাইট কেইটা হল

www.hsinfo.in,

wwwahsec.nic.in,

www.indiaResults.com

www.knowyourresult.com,

www.ExamResult.net,

www.resultd.shiksha,

www.exametc.com

www.schools9.com,

www.jagranjosh.com

httpp://resultsamarujala.com,

www.assamresult.in

www.iResults.net,

আৰু www.EduAssam.com|

ফলাফল লাভ কৰিব উপলব্ধ নামৰ মোবাইল এপৰ জৰিয়তেও|

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story