Begin typing your search above and press return to search.
এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি
এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ফাৰ্ষ্ট অফিচাৰ / চিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ
পদৰ সংখ্যা: ১৫
দৰমহা: ২৫,০০০/- ৰ পৰা ৩,৩৫,০০০/- টকা প্ৰতি মাহ।
বয়স: ৪৫ বছৰ
কৰ্ম স্থান: ভাৰতবৰ্ষ
আবেদনৰ মাচুল: ১৫০০/- টকা (এচ.টি/এচ চি প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাই)
আবেদনৰ শেষ তাৰিখ: ১৮/০৯/২০২০
বাচনি প্ৰক্ৰিয়া: সাক্ষৎকাৰ
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click Here
অন্য খবৰৰ বাবে পঢ়ক : ইণ্ডিয়ান ইনস্টিটিউট অৱ ইনফৰমেচন টেকনলজি, গুৱাহাটী (IIITG) ত নিযুক্তি
Next Story