জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ ৩৭০ অনুচ্ছেদ

জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ ৩৭০ অনুচ্ছেদ

জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ ৩৭০ অনুচ্ছেদ । ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ উল্লেখ্য যে সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰিছিল। ইফালে সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৩৭০ প্ৰস্তাৱ উত্থাপন কৰাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে ৩৭০ নং অনুচ্ছেদৰ বাবেই জম্মু কাশ্মীৰে দ্বি নাগৰিকত্ব আৰু পৃথক পতাকা লাভ কৰিছিল ৷

সেইদৰে আছিল জম্মু কাশ্মৰীৰৰ বাবে আছে পৃথক সংবিধান ৷ ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে সম্প্ৰতি ৰাজ্যত দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আৰু লাডাখ আৰু জন্মু আৰু কাশ্মৰীৰ বিভাজন কৰিবলৈ প্ৰস্তাৱ দিছে ৷গৃহমন্ত্ৰী অনুসৰি লাডাখত বিধানসভা নাথাকিব আৰু জম্মু কাশ্মৰী এক কেন্দ্ৰ শাসিত প্ৰদেশ হ’ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com