অসম কৃষি বিশ্ববিদ্যালয় নিযুক্তি , ২০২০ , যোৰহাট

অসম কৃষি বিশ্ববিদ্যালয় নিযুক্তি , ২০২০ , যোৰহাট

অসম কৃষি বিশ্ববিদ্যালয় নিযুক্তি , ২০২০ , যোৰহাট

ৱাক - ইন - ইন্টাৰভিউৰ মাধ্যমেৰে জে আৰ এফ প্লেন্ট পেথ'লজী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আৱেদন জনাব পাৰে ।

পদৰ নাম - জে আৰ এফ প্লেন্ট পেথ'লজী

শিক্ষগত অৰ্হতা - এম এছ চি (কৃষি) প্লেন্ট পেথ'লজী/বায়'টেকনলজি , প্লেন্ট ব্ৰিডিং আৰু জেনেটিক্স , বায়'কেমেষ্ট্ৰী, বায়'টেকনলজি/ মৌলিক্যুলাৰ বায়লজি / লাইফ চাইন্সত এম এছ চি/ এম টেক ।

দৰমহা - ২৫,০০০ ৰ লগতে অন্যান্য সা সুবিধা

নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰৰ‌ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব ।

কেনেদৰে আৱেদন জনাব: যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যলয়ত ২০২০ ৰ ১১ মাৰ্চত দিনৰ পুৱা ৯.৩০ বজাত ৱাক- ইন- ইন্টাৰভিউ অনুষ্ঠিত হ'ব । প্ৰাৰ্থী সকলে লগত বায়'ডাটা, পাচপোৰ্ট ফটোৰ লগতে আন প্ৰয়োজনীয় সামগ্ৰী লগত নিব লাগিব। প্ৰাৰ্থী সকলে আগতীয়াকৈ তেওঁলোকৰ বায়'ডাটা সমূহ ashok_yya@yahoo.co.in ৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব ।

অন্তিম তাৰিখ- ১১-০৩-২০২০

সবিশেষ জনাৰ বাবে : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com