অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০
Published on: 

অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

অসম কৃষি বিশ্ববিদ্যালয়ত চিনিয়ৰ প্ৰজেক্ট এচচিয়েটৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: চিনিয়ৰ প্ৰজেক্ট এচচিয়েটৰ

পদৰ সংখ্যা: ০১

দৰমহা: ৪২,০০০/- টকা প্ৰতি মাহ

কৰ্ম স্থান: যোৰহাট

ৱাক-ইন-ডেট: ২৮/০২/২০২০

ঠিকনা: Assam Agricultural University, Jorhat, PIN – 785013, Assam

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

**ৱা্ক-ইন-ইন্টাৰভিউ ২৮/০২/২০২০ ৰ ৰাতিপুৱা ১০:৩০ বজাত অনুষ্ঠিত হব। প্ৰাৰ্থীসকলে সাক্ষাৎকাৰত বাইঅ' ডাটা , ৰি-প্ৰিন্টচ/ পাব্লিকেচন ইত্যাদি একপি পাসপোর্ট ফটো, সাক্ষাৎকাৰৰ দিনা দেখুৱাব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com