খাদীৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত

খাদীৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত

অসম চৰকাৰৰ এক বিশেষ সিদ্ধান্ত ৷ অসম চৰকাৰে কৰ্মচাৰীসকলক খাদীৰ পোচাক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷সম্প্ৰতি চৰকাৰে এই সিদ্ধান্তক বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়িছে ৷ এক বিশেষ সূতৰ মত অনুসৰি চৰকাৰে খাদী বৰ্ডৰ মাধ্যমৰ জৰিয়তে পুৰুষ কৰ্মচাৰীসকলক চাৰ্ট আৰু মহিলা কৰ্মচাৰীসকলক এৰী চাদৰ প্ৰদান কৰিব ৷ ৰাজ্য চৰকাৰে ইয়াৰ কাৰণে ৪০ কোটি টকা আৱন্টিত কৰিছে ৷ খাদী আন্দোলনৰ নেতৃত্ব বহন কৰিছিল মহাত্মা গান্ধীয়ে ৷এই আন্দোলনৰ কাৰণে বহু বাৰ মহাত্মা গান্ধী অসমলৈ আহিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com