অসম পশুধন উন্নয়ন বিভাগ সংস্থাত নিযুক্তি ২০২০ –

অসম পশুধন উন্নয়ন বিভাগ সংস্থাত নিযুক্তি ২০২০ –

অসম পশুধন উন্নয়ন বিভাগ সংস্থাত নিযুক্তি ২০২০ –

আৱেদনকাৰী সকলে বায় -ডাতা / চিভি ৰ জৰিয়তে পশুধন উন্নয়ন বিভাগত কায্যবাহী বিষয়া ৰ পদত ঠিকা ভিত্তিক নিযুক্তি পদত আৱেদন কৰিব পাৰিব । (ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধিনত ) তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ’ল ।

পদৰ নাম : -মুখ্য কাৰ্যবাহী বিষয়া

Qualification : BVSc &AH registerd with any state / Central City Council.MVSc ( animal Reproduction /animal Breeding )OR MBA/PGD Rural Development Management /PGD Rural Development from recognized/reputed institutions .

অভিজ্ঞতা – আৰতিফিচিয়েল ইনচেমিনেচন ত কমেও ১৫ বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজন ।

বয়স – ৬৩ বছৰ

খালী পদ – ১টা

অন্তিম তাৰিখ – ১/২/২০২০

আগ্ৰহী যোগ্য আবেদনকাৰীয়ে ইমেইল ceoalda@gmail.com ঠিকনাত সৰ্বিশেষ তথ্য সম্পকে জানিব পাৰিব ।

আবেদনৰ অন্তিম তাৰিখ – ১ফেব্ৰুৱাৰী ২০২০ (আবেলি ৫ বজালৈ)

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com