NABARD ৰ অফিচ এতেনডেন্ত পদৰ বাবে নিযুক্তি ২০২০ :-

NABARD ৰ অফিচ এতেনডেন্ত পদৰ বাবে নিযুক্তি ২০২০ :-

NABARD ৰ অফিচ এটেনডেন্ট পদৰ বাবে নিযুক্তি ২০২০ :-

(NABARD ) ৰ আধাৰত অফিচ এটেনডেন্ট বিভাগত গ্ৰুপ 'C" পদত ভাৰতীয় নাগৰিক সকলৰ বাবে নিযুক্তি মুকলি কৰা হৈছে । আবেদনকাৰী সকলে কেৱল অন লাইন ৱেবচাইট www.nabard.org ২৫ ডিচেম্বৰ ২০১৯ ৰ পৰা ১২ জানুৱাৰী ২০২০ লৈ অল ইণ্ডিয়া এপেস্ক অৰগেনাইজেচনৰ আধাৰত আবেদন কৰিব পাৰিব ।ভাৰত চৰকাৰে সম্পূৰ্ণভাবে কৰ্মচাৰী সকলক সমান সুযোগ সুবিধা প্ৰদান কৰিব ।

১/পদৰ নাম - অফিচ এটেনডেন্ট

২/ খালী পদ - ৭৩

৩/ দৰমহা - ২৪,০০০ প্ৰতি মাহত

৪/ নিযুক্তিৰ স্থান - সমগ্ৰ ভাৰত

৫/অন্তিম তাৰিখ :- ১২/১/২০২০

বয়স -১৮ ৰ পৰা ৩০ বছৰ

নিৰ্বাচন প্ৰক্ৰিয়া - লিখিতপৰীক্ষা / সাক্ষাৎকাৰ

আবেদন কৰা আগতে আবেদনকাৰী সকল উক্ত পদবীসমুহৰ যোগ্যতা নিশ্চিত হোৱাতো আৱশ্যক । আবেদন কৰাৰ আগতে NABARD য়ে আবেদনকাৰীৰ যোগ্যতা সমুহৰ ওপৰত সত্যতা প্ৰমান কৰিব । যদি কিবা কাৰনত অন লাইনত আবেদনকাৰীৰ যোগ্যতাৰ প্ৰমান প্ৰত্ৰ সমুহ ভূল প্ৰমানিত হয় তেন্তে তেনে আবেদনকাৰীয়ে আবেদনৰ পৰা বঞ্চিত হ'ব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com