ষ্টেট বেংক অফ ইণ্ডিয়াত নিযুক্তি ২০২০ -

ষ্টেট বেংক অফ ইণ্ডিয়াত নিযুক্তি ২০২০ -

ষ্টেট বেংক অফ ইণ্ডিয়াত নিযুক্তি ২০২০ -

ষ্টেট বেংক অফ ইণ্ডিয়াই ৮১৩৪ টা কনিষ্ঠ সহযোগী customer support (গ্ৰাহক সৰ্মথক & বিক্ৰীৰ ) পদৰ বাবে নিযুক্তিৰ পথ মুকলি কৰিছে ।

তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল -

পদৰ নাম - কনিষ্ঠ সহযোগী ( গ্ৰাহক সমৰ্থক / বিক্ৰীৰ )

অৰ্হতা - স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব আৰু সম পৰ্যায়ৰ অন্যান্য যোগ্যতা কেন্দ্ৰীয় চৰকাৰৰ দ্ধাৰা লাভ কৰিব লাগিব । যিসকল আবেদনকাৰী য়ে ইনট্ৰিগেতেত ডিউল ডিগ্ৰী ৰ জৰিয়তে আবেদন কৰিব বিচাৰিছে ১- ১-২০২০ চনৰ আগত ডিগ্ৰী লাভ কৰিব লাগিব ।

খালী পদ -৮১৩৪

নিযুক্তিৰ স্থান -উত্তৰ পূৰ্বাঞ্চল (অসমক সামৰি)

বয়স - ২০ বছৰৰ পৰা ২৮ বছৰলৈ হ'ব লাগিব।

আবেদনৰ অন্তিম তাৰিখ - ২৬/১/২০২০

নিৰ্বাচন প্ৰক্ৰিয়া - অন লাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ( পিলিমিনাৰি & চূড়ান্তু পৰীক্ষা ) আৰু স্থানীয় ভাষা ব্যৱহাৰ কৰা হ'ব ।

পৰীক্ষা কেন্দ্ৰ/ অসম :- ডিব্ৰুগড় , গুৱাহাটী , যোৰহাট , শিলচৰ , তেজপুৰ

আবেদনৰ মাছুল - General/ OBC/ EWS - ৭৫০ টকা

SC/ST/PWD/XS -১২৫

আবেদনকাৰীয়ে ডেবিটকাৰ্ড /ক্ৰেডিট কাৰ্ড/ ইনণ্টাৰনেত বেংকিঙৰ জৰিয়তে মাছুল জমা দিব লাগিব।

আবেদনকাৰী সকলে কেৱল অনলাইনযোগে আবেদন কৰিব পাৰিব । আবেদনকাৰীয়ে বেংক ৱেবচিইত http://bank.sbi/careers ৰ জৰিয়তে আবেদনসমুহ ৰেজিষ্টাৰ কৰিব পাৰিব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com