অসম পশুধন উন্নয়ন বিভাগ সংস্থাত নিযুক্তি ২০২০ -

অসম পশুধন উন্নয়ন বিভাগ সংস্থাত নিযুক্তি ২০২০ -
আৱেদনকাৰী সকলে বায় -ডাতা / চিভি ৰ জৰিয়তে পশুধন উন্নয়ন বিভাগত কায্যবাহী বিষয়া ৰ পদত ঠিকা ভিত্তিক নিযুক্তি পদত আৱেদন কৰিব পাৰিব । (ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধিনত ) তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল ।
পদৰ নাম : -মুখ্য কাৰ্যবাহী বিষয়া
Qualification : BVSc &AH registerd with any state / Central City Council.MVSc ( animal Reproduction /animal Breeding )OR MBA/PGD Rural Development Management /PGD Rural Development from recognized/reputed institutions .
অভিজ্ঞতা - আৰতিফিচিয়েল ইনচেমিনেচন ত কমেও ১৫ বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজন ।
বয়স - ৬৩ বছৰ
খালী পদ - ১টা
অন্তিম তাৰিখ - ১/২/২০২০
আগ্ৰহী যোগ্য আবেদনকাৰীয়ে ইমেইল ceoalda@gmail.com ঠিকনাত সৰ্বিশেষ তথ্য সম্পকে জানিব পাৰিব ।
আবেদনৰ অন্তিম তাৰিখ - ১ফেব্ৰুৱাৰী ২০২০ (আবেলি ৫ বজালৈ)
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : NABARD ৰ অফিচ এতেনডেন্ত পদৰ বাবে নিযুক্তি ২০২০ :-
অন্য খবৰৰ বাবে পঢ়ক : Click Here