অসমৰ ৰাজ্য বিত্ত আয়োগে ভ্ৰমণ কৰে ডিমা হাছাও

অসমৰ ৰাজ্য বিত্ত আয়োগে ভ্ৰমণ কৰে ডিমা হাছাও

অসমৰ ৰাজ্য বিত্ত আয়োগে ভ্ৰমণ কৰে ডিমা হাছাও । ষষ্ঠতম অসম ৰাজ্য বিত্ত বিভাগৰ অধ্যক্ষ আৰু প্ৰাক্তন মুখ্য সচিব টি য়াই দাসৰ তত্বাবধানত ,NCHAC ৰ অধিকাৰী দেবলাল গৰশলা আৰ, NCHAC ৰ মুখ্য কাৰ্যকৰী সদস্য ৰ সৈতে এখন আলোচনাত মিলিত হয় । এই সভা খন অনুষ্ঠিত হয় সোমবাৰে হাফলং জিলাৰ CEM কনফাৰেন্স হলত ।

এই সভা খন অনুষ্ঠিত হয় ৬ তম অসম ৰাজ্য বিত্ত আয়োগৰ বিভিন্ন চুক্তি সম্পৰ্কে। লগতে আন সমস্যা সমূ্হৰ বিষয়ে ও আলোচনা কৰা হয় সভাখনত । সভাত অংশগ্ৰহন কৰে NCHAC ৰ অধ্যক্ষ ৰানু লাংগঠচা , কাৰ্যকৰী সদস্য নাগামৰথাং হামাৰ , নিপোলাল হোজাই , পাউদেমীং নিউমি আৰু আন উচ্চস্তৰৰ কাৰ্যকৰ্তা সকল ।

লাইন বিভাগৰ কাৰ্যকৰ্তা , বি ডি অ , অধ্যক্ষ, আন কাৰ্যকৰী সদস্য সকলৰ লগত আলোচনা কৰি বিভিন্ন ধৰণৰ আন্তঃগাথঁনি আৰু কাম-কাজ বিকাশৰ বাবে বিত্তীয় বৰ্ষ ২০১৯ -২০২০ ৰ ভিতৰত গ্ৰহণ কৰিব ।

এক সমীক্ষাত , বিত্তীয় আয়োগে পৰিষদক উপদেশ দি কয় যে , সকলো ধৰনৰ প্ৰশ্ন বা প্ৰয়োজনীয়তা ৬ তম এ এচ এফ চি কাৰ্যালয় লৈ পঠাব । যদি কিবা বিলম্ব বাদ পৰে তেতিয়া হ'লে বাজেটৰ পৰাও বাদ পৰিব ।

আলোচনা চক্ৰত গাঁৱ অঞ্চলত নিৰ্বাচন ৰ জটিলতা সম্পৰ্কে আলোচনা কৰে লগতে পাহাৰী জিলা খনৰ উপযোগিতা বাবে । লগতে সভাত মাইবঙৰ বিভিন্ন চহৰৰ বিকাশ ৰ বাবে বিভিন্ন পন্হা হাতত লোৱাৰ বিষয়ে আলোচনা কৰে । পৰিষদ সচিৱ (Counciil secretaries) অফিচিয়েল অফ টাউন কমিটি ( official of the town committee) , municipal board ( পৌৰ নিগম ) , PWD officer , PHE , ৰাজহ বিভাগ ( Revenue department ) এ ও অংশগ্ৰহণ কৰে এই সভা খনত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com