Begin typing your search above and press return to search.

অসম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

অসম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Feb 2020 1:07 PM GMT

অসম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছে এবছৰীয়া কনজিউমাৰ ৱেলফেয়াৰ ফাণ্ড প্ৰজেক্ট “CAPACITY BUILDING ON CONSUMER RIGHTS AMONG THE PEOPLE OF HILL DISTRICTS OF ASSAM” ৰ বাবে ৰিচাৰ্চ এচিচটেন্ট, কনচালন্টেট, ফিল্ড ইনভেচটিগেটৰ আদিৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পদৰ নাম : কনচালন্টেট

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ লগতে কনজিউমাৰ ৰাইটচত জ্ঞান থকাৰ লগতে কম্পিউটাৰত অভিজ্ঞতা।

২/পদৰ নাম: ৰিচাৰ্চ এচচিয়েট

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ লগতে কনজিউমাৰ ৰাইটচত জ্ঞান থকাৰ লগতে কম্পিউটাৰত অভিজ্ঞতা।

৩/ পদৰ সংখ্যা: ফিল্ড ইনভেস্টিগেটৰ

পদৰ সংখ্যা: ০৩

শিক্ষাগত অৰ্হতা: স্নাতক লগতে কনজিউমাৰ ৰাইটচত ফিল্ড ৰিচাৰ্চৰ অভিজ্ঞতা লগতে কম্পিউটাৰ জ্ঞান থকা আৱশ্যক।

আবেদনৰ শেষ তাৰিখ: ১৮/০২/২০২০

আবেদনসমূহ প্ৰাৰ্থীসকলে Dr. Tarun Dutta, Department of History, Assam University Diphu Campus, Karbi Anglong, Assam- 782462 ঠিকনা অথবা duttarun796@gmail.com ই-মেইলত মেইল যোগে ১৮/০২/২০২০ তাৰিখৰ আগত পঠিয়াব লাগিব।

অধিক জানিবৰ বাবে: Click here

অন্য খবৰৰ বাবে পঢ়ক: অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি২০২০

Next Story
চাকৰি