Begin typing your search above and press return to search.

১-১০ নবেম্বৰত অসম সাহিত্য সভাৰ নিৰ্বাচন:ভোট গণনা ১৫ ডিচেম্বৰত

১-১০ নবেম্বৰত অসম সাহিত্য সভাৰ নিৰ্বাচন:ভোট গণনা ১৫ ডিচেম্বৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2019 5:00 AM GMT

অসম সাহিত্য সভাৰ নিৰ্বাচন চলিত বৰ্ষৰ ১আৰু ১০ নবেম্বৰত অনুষ্ঠিত হ’ব ৷অসম সাহিত্য সভাই সভাপতি,উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত কৰিছে। সাহিত্য সভাই এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে।

দেওবাৰে গুৱাহাটীৰ অসম সাহিতয সভাৰ প্ৰধান কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি অসম সাহিত্য সভাৰ অধ্যক্ষ পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ নিৰ্বাচন বিষয়া বিজন মহাজনে কয় যে ৩ আৰু ৪ অক্টোবৰত মনোনয়ন পত্ৰ দাখিত হ’ব । আৰু ভোট গণনা হ’ব চলিত বৰ্ষৰ ভোট গণনা হ’ব চলিত বৰ্ষৰ ১৫ ডিচেম্বৰত৷পৰমানন্দ ৰাজবংশী আৰু বিজন মহাজনে লগতে কয় যে জিলা অসম সাহিত্য সভা আৰু ব্ৰান্স কমিটীয়ে তেওঁলোকৰ ভোট সমূহ প’ষ্ট কৰি পঠাব পাৰিব ।

অন্য খবৰৰ বাবে পঢ়ক: সকলো সম্প্ৰদায়ৰ লগত সম্পৰ্ক বজাই ৰাখিছে অসম সাহিত্য সভায়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Next Story
চাকৰি