Begin typing your search above and press return to search.
বৰনগৰ মহাবিদ্যালয় সৰভোগত নিযুক্তি ২০২০

বৰনগৰ মহাবিদ্যালয় সৰভোগত নিযুক্তি ২০২০
বৰনগৰ মহাবিদ্যালয় সৰভোগত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক(অৰ্থনীতি, বুৰঞ্জী,ৰাসায়ন বিজ্ঞান)
পদৰ সংখ্যা: ০৩
শিক্ষাগত অৰ্হতা: ৫৫ % নম্বৰসহ স্নাতকোত্তৰ, UGC ৰ অধীনত NET/SELT/SET উৰ্ত্তীণ হব লাগিব।
বয়স: ৩৮ বছৰ
আবেদনৰ শেষ তাৰিখ: ০৮/০৩/২০২০
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Barnagar College, Sorbhog payable at State Bank of India, Sorbhog Branch. ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ [21/02/2020]] দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক: উপায়ুক্তৰ কাৰ্য্যালয় কামৰূপ, আমিনগাওঁত নিযুক্তি ২০২০
Next Story