Begin typing your search above and press return to search.

অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই হিচাপে চিহ্নিত হ'ল বেল'না গাঁও

অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই হিচাপে চিহ্নিত হল বেলনা গাঁও

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 1:16 PM GMT

অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই ( clean and green village ) হিচাপে চিহ্নিত হ'ল বেল'না গাঁও । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটৰ জৰিয়তে অসমৰ বৰপেটা জিলাৰ বেল'না গাঁওক প্ৰশংসা কৰে । লগতে গাঁৱখনৰ লোক সকলে স্বচ্ছতাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক প্ৰশংসা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে যে , " অতি উত্তম । স্বচ্ছতাৰ ক্ষেত্ৰত গাওখনে লোৱা পদক্ষেপ সচাকৈয়ে আশ্বৰ্যজনক । স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত যি সকলে কাম কৰিছে সেই সকললৈ সমবেদনা জ্ঞাপন কৰিলো " ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এক সম্প্ৰদায়ৰ লোকে একত্ৰিত হৈ খোজকাঢ়ি ৰাজপথলৈ ওলাই আহিছে । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বেল'নাৰ জনসাধৰনে দেখাই দিলে যে কেনেদৰে প্লাষ্টিক প্ৰদূষণক মোকাবিলা কৰিব পাৰি ।

বৰপেটা জিলাৰ অন্তৰ্গত বেল'না গাঁও খনে সেউজীয়া আৰু স্বচ্ছ গাঁৱৰ যোগ্যতা অৰ্জন কৰিলে । স্বচ্ছতা অভিযানৰ অনুসৰন আৰু প্লাষ্টিক নিৰ্মূল কৰনক অনুসৰন কৰি বেল'না গাঁও খনে সেউজীয়া আৰু স্বচ্ছ গাঁৱৰ যোগ্যতা অৰ্জন কৰিলে ।

তাৰোপৰি বৰপেটা জিলাৰ অন্তৰ্গত বেল'না গাঁও খনত কোনো লোকে প্লাষ্টিক ব্যৱহাৰ কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা ।

অন্য খবৰৰ বাবে পঢ়ক:আছৰিত: এটা ছাগলীৰ মৃত্যত ২.৬৮ কোটি টকাৰ ক্ষতি

ভিডিঅ প্ৰতক্ষ্য কৰক:Two youth charged with human trafficking in Haryana, Police Rescued Two

Next Story
চাকৰি