চাকৰি

 বেষ্ট একাডেমী বোকাখাট নিযুক্তি ২০২০

 বেষ্ট

 বেষ্ট একাডেমী বোকাখাট নিযুক্তি ২০২০

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্গত বোকাখাটৰ বেষ্ট একাডেমীত ইচ্ছুক প্ৰাৰ্থীৰ পৰা বিভিন্ন পদত আবেদন বিছাৰিছে।

পদৰ নাম- বিষয় শিক্ষক
পদৰ সংখ্যা- ৭
পদৰ নাম – পদাৰ্থ বিজ্ঞান
গণিত
সমাজশাস্ত্ৰ
তৰ্কশাস্ত্ৰ আৰু দৰ্শন
একাউণ্টেন্সী
বেংকিং

অৰ্হতা – স্নাতকোত্তৰ
কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে তেওঁলোকৰ নথি পত্ৰ সমূহ ১২ এপ্ৰিলৰ আগত [email protected] ত পঠিয়াব লাগিব।

সাক্ষাৎকাৰ দিন – ১৯/০৪/২০২০ আৰু ২০/০৪/২০২০

ঠিকনা –BEST Academy, Jyotipur, Bokakhat (Near Nahorjan Tiniali)
PO- Bokakhat, Dist. – Golaghat (Assam)
Pin-785612
Email id: [email protected]
Website: www.bestacademy.ac.in 

অধিক জনাৰ বাবে যোগাযোগ কৰিব পাৰে03776269325 /7002328494 /8638967017 .

অন্য খবৰৰ বাবে পঢ়ক : বৰভাগ মহাবিদ্যালয়ত নিযুক্তি 2020