বড়োলেণ্ড বিশ্ববিদ্যালয় ত নিযুক্তি ২০২০

বড়োলেণ্ড বিশ্ববিদ্যালয় ত নিযুক্তি ২০২০
বড়োলেণ্ড বিশ্ববিদ্যালয়ত অস্থায়ী প্ৰজেক্ট এচিচটেন্ট পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ।
DST-SERB ভাৰত চৰকাৰ ৰ প্ৰযোজিত বিষয়:
, Govt. of India sponsored project “Enumeration of lichen diversity and screening of lichen extracts for potential antimicrobial activity against phytopathogens: A study from Kokrajhar district of Assam” under the Principal Investigator (PI) Dr. Rebecca Daimari, Assistant Professor, Department of Botany, Bodoland University, Kokrajhar, 783370, Assam.
পদৰ নাম: প্ৰজেক্ট এচিচটেন্ট
পদৰ ৰ সংখ্যা : ০১
কাৰ্মস্হান : কোকৰাঝাৰ
আবেদনৰ শেষ তাৰিখ- ০৭/০২/২০২০
ঠিকনা : Dr. Rebecca Daimari, (Principal Investigator) Assistant Professor, Department of Botany Bodoland University, Rangalikhata Kokrajhar-783370, Assam
কেৱল বাচনি কৰি উলিওৱা প্ৰাৰ্থী সকলেহে সাক্ষাৎকাৰ ত উপনীত হব পাৰিব।
ইচ্ছুক প্ৰাৰ্থী সকলে উল্লেখত ঠিকনাত ১৫ দিনৰ ভিতৰত নিজৰ চি ভি সমূহ পঠিয়াব লাগিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : অসম ৰাইফল হাই স্কুলত নিযুক্তি ২০২০