Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইন ধৰ্ম নিৰপেক্ষতা বিৰোধী : অৰূপ বৰবৰা

নাগৰিকত্ব সংশোধনী আইন ধৰ্ম নিৰপেক্ষতা বিৰোধী : অৰূপ বৰবৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2019 6:30 AM GMT

নাগৰিকত্ব সংশোধনী আইন ধৰ্ম নিৰপেক্ষতা বিৰোধী : অৰূপ বৰবৰা । গুৱাহাটী: নাগৰিকত্ব সংশোধনী বিধেয়ক দেশৰ ধর্ম নিৰপেক্ষতা বিৰোধী।এই মন্তব্য বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাৰ।তেওঁ লগতে কয় যে আইন খনত থকা কেইবাটাও খচৰা স্বয়ং বিৰোধী।ইফালে সদৌ অসম ছাত্ৰ সন্থাই আইন খনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে।মই মোৰ ৪০বছৰীয়া কৰ্ম অভিজ্ঞতাৰ পৰা কৈছোঁ যে আমি আইন খনৰ বহু খচৰা অতি বেয়াকৈ তৈয়াৰ কৰা হৈছে।লগতে আইনখনে অনুচ্ছেদ ১৪ ৰ বিৰোধী।

অন্য খবৰৰ বাবে পঢ়ক : মহানগৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ,গ্ৰাহকৰ মাজত হাহাকাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Next Story
চাকৰি