চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেচটিগেচন ত নিযুক্তি ২০২০

চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেচটিগেচন ত নিযুক্তি ২০২০

চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেচটিগেচন ত নিযুক্তি ২০২০

চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেচটিগেচনে (CBI) ২০২০ বৰ্ষৰ ইন্টার্নচীপৰ বাবে স্নাতক,স্নাতকোত্তৰ,গৱেষণা ছাত্র আইন, চাইবাৰ, ডাটা এনালাইসিস, ক্ৰিমিন'লজিৰ' মেনেজমেন্ট, অৰ্থনৈতিক, কমাৰ্চ,ফৰেনচিক চাইন্স,ডিজিটেল ফৰেনচিকৰ ছাত্র ছাত্ৰীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : ইন্টাৰ্ণ

পদৰ সংখ্যা: ৩০

কৰ্মস্থান: ভাৰতবৰ্ষ

আবেদনৰ শেষ তাৰিখ: ২১/০২/২০২০

ঠিকনা: Superintendent of Police (Training), CBI Academy, Hapur Road, Kamla Nehru Nagar, Ghaziabad, Uttar Pradesh – 201002.

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/সাক্ষাৎকাৰ

* প্ৰাৰ্থী সকলক তেওঁলোকৰ আবেদন সমূহ বাইঅ' ডাটাৰ (prescribed proforma Annexure-A) লগত ইন্টাৰ্ণচিপ ৰ ইচ্ছুকতা প্ৰকাশ কৰি ৩০০টা শব্দৰ এটা লিখনি লগতে ইচ্ছুক বিভাগটি উল্লেখ কৰি Superintendent of Police (Training), CBI Academy, Hapur Road, Kamla Nehru Nagar, Ghaziabad, Uttar Pradesh – 201002 ঠিকনাত স্পিড পোষ্ট ৰ জৰিয়তে ২১/০২/২০২০ ৰ আগত পঠিয়াব লাগিব।

* সাক্ষাৎকাৰ দিল্লী চেন্নাই মুম্বাই কোলকাতা ত মাৰ্চ ২০২০ আদি ঠাইত অনুষ্ঠিত হব। ফাইনেল লিষ্ট CBI and CBI Academy. ৱেবচাইটত ত প্ৰকাশ কৰা হব।

* অধিক তথ্যৰ বাবে , CBI (www.cbi.gov.in) আৰু CBI Academy (www.cbiacademy.gov.in) ৱেবচাইটত চাব পাৰিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com