গভৰ্নমেন্ট ডেনটেল কলেজত,শিলচৰত নিযুক্তি ২০২০

গভৰ্নমেন্ট ডেনটেল কলেজত,শিলচৰত নিযুক্তি ২০২০

গভৰ্নমেন্ট ডেনটেল কলেজত,শিলচৰত নিযুক্তি ২০২০

গভৰ্নমেন্ট ডেনটেল কলেজত,শিলচৰত গ্ৰেড III আৰু গ্ৰেড IV ৰ বহু কেইটা খালী পদত ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

১/ লেবৰটৰী টেকনিচিয়ান

পদৰ সংখ্যা:০৩ (UR-2,OBC/MOBC-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৬,২০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী (বিজ্ঞান)/ লেবৰটৰী টেকনিচিয়ানৰ ডিপ্লোমা।

২/ ডেন্টেল মেকানিক

পদৰ সংখ্যা: ০৬ (UR-3, OBC/MOBC-2,STP-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৮,৭০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী , ডেন্টেল মকানিকত ডিপ্লোমা।

৩/ ডেন্টেল হীইজেনিষ্ট

পদৰ সংখ্যা:০২ (UR-1,OBC/MOBC-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৭,৪০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী , ডেন্টেল হীইজেনিষ্টত ডিপ্লোমা।

৪/ চেয়াৰ চাইড এচিচটেন্ট

পদৰ সংখ্যা:০৬(UR-3, OBC/MOBC-2,STP-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৫,৬০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী

৫/ ৰেডিঅ'গ্ৰাফাৰ(গ্ৰেড-।।)

পদৰ সংখ্যা: ০২(UR-1, OBC/MOBC-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৬,২০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী (বিজ্ঞান) ,

৫/ৰেডিঅ'গ্ৰাফাৰ টেকনেচিয়ানত চাৰ্টিফিকেট।

৬/ষ্টাৰ্ফ নাৰ্চ

পদৰ সংখ্যা- ০৩(UR-২, OBC/MOBC-1)

দৰমহা: দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৬,৮০০/-

শিক্ষাগত অৰ্হতা: বি.এচ.চি নাৰ্চিং/ জি এন এম

৭/ইলেকট্রিচিয়ান

পদৰ সংখ্যা- ০১(UR)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৬,২০০/-

শিক্ষাগত অৰ্হতা- আই আই টি , ইলেকট্রিচিয়ান

৮/ জুনিয়ৰ এডমিনিস্ট্ৰেটিভ এচিচটেন্ট/কম্পিউটাৰ অপৰেটাৰ

পদৰ সংখ্যা: ০২(UR-1, OBC/MOBC-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৬,২০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী/ এবছৰীয়া কম্পিউটাৰত ডিপ্লোমা

৯/ লাইব্রেৰি এচিচটেন্ট/ এচিচটেন্ট লাইব্রেৰিয়ান

পদৰ সংখ্যা:০১(UR)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৫,৬০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী/ এবছৰীয়া কম্পিউটাৰত ডিপ্লোমা

১০/ কম্পিউটাৰ প্ৰোগেমাৰ

পদৰ সংখ্যা: ০১(UR)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৬,২০০/-

শিক্ষাগত অৰ্হতা: স্নাতক/ এবছৰীয়া কম্পিউটাৰ এপলিকেশন আৰু প্ৰোগ্ৰেমিংত ডিপ্লোমা

১১/ ৰিচিপচনিষ্ট

পদৰ সংখ্যা:০২ (UR-1, OBC/MOBC-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৫,৬০০/-

শিক্ষাগত অৰ্হতা: হায়াৰ চেকেণ্ডাৰী/ এবছৰীয়া কম্পিউটাৰত ডিপ্লোমা

১২/ ড্ৰাইভাৰ

পদৰ সংখ্যা:০২ (UR-1, OBC/MOBC-1)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৫,০০০/-

শিক্ষাগত অৰ্হতা: মেট্ৰিক, লাইঞ্চেচ

১৩/ একাউন্টেট

পদৰ সংখ্যা:০১(UR)

দৰমহা: ১৪০০০-৬০৫০০+ গ্ৰেড পে ৭,৪০০/-

শিক্ষাগত অৰ্হতা: স্নাতক (কমাৰ্চ)/ এবছৰীয়া কম্পিউটাৰ এপলিকেশন ত ডিপ্লোমা

১৪/ নাৰ্ছিং এটেন্ডেন

পদৰ সংখ্যা- ০৬ (UR-3, OBC/MOBC-2,STP-1)

দৰমহা: ১২০০০-৫২০০০+ গ্ৰেড পে ৩,৯০০/-

শিক্ষাগত অৰ্হতা: অষ্টম শ্ৰেণী

১৫/হস্পিতাল এটেন্ডেন

পদৰ সংখ্যা- ০৬ (UR-3, OBC/MOBC-2,STP-1)

দৰমহা: ১২০০০-৫২০০০+ গ্ৰেড পে ৩,৯০০/-

শিক্ষাগত অৰ্হতা: অষ্টম শ্ৰেণী

১৬/চকীদাৰ

পদৰ সংখ্যা- ০৬ (UR-3, OBC/MOBC-2,STP-1)

দৰমহা: ১২০০০-৫২০০০+ গ্ৰেড পে ৩,৯০০/-

শিক্ষাগত অৰ্হতা: অষ্টম শ্ৰেণী

বয়স সীমা: ১৮ ৰ পৰা ৩৮ বছৰ( ০১-০১-২০২০)

আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com