Begin typing your search above and press return to search.
চেন্ট্ৰেল ৱাটাৰ কমিছন নিযুক্তি

ষ্টেনগ্ৰাফাৰৰ পদৰ বাবে নিযুক্তি।
পদৰ নাম- ষ্টেনগ্ৰফাৰ গ্ৰেড ১
পদৰ সংখ্যা - ১২
দৰমহ - ৩৫,৪০০ ৰ পৰা ১,১২,৪০০ প্ৰতিমাহে ।
চাকৰি স্থান- ভাৰতবৰ্ষ
অন্তিম তাৰিখ- ০৩/০২/২০২০
ঠিকনা - ছেন্ট্ৰেল ৱাটাৰ কমিছন, সেৱা ভৱন, ৮ নং মহলা , আৰ কে পুৰম , নতুন দিল্লী , ১১০০৬৬
বাচনি প্ৰক্ৰিয়া: লিখিত
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : এপেক্স বেংকত নিযুক্তি ২০২০
Next Story