সন্ত্ৰাসবাদ , অনুপ্ৰবেশৰ সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰৰ কৌশল অবলম্বন

সন্ত্ৰাসবাদ , অনুপ্ৰবেশৰ সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰৰ কৌশল অবলম্বন

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহত অনুপ্ৰবেশ আৰু জম্বু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ব্যয়ৰ ধন যোগান ধৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সময়ে সময়ে বিভিন্ন কৌশল অবলম্বন কৰিছে । অনুপ্ৰবেশ আৰু জম্বু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সমস্যাৰ বিৰুদ্ধে প্ৰণালীবদ্ধ ভাৱে কৌশল অবলম্বন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ।

উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাস জৰ্জৰ স্থান সমূহত অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুটা পদক্ষেপ গ্ৰহণ কৰিছে : সীমিত সেনা আৰু সীমান্ত ট্ৰেফিক হ্ৰাস কৰা। শেহতীয়াকৈ চৰকাৰে প্ৰকাশ কৰে যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে অবৈধ বিদেশী সকলক বিতাৰিত কৰিব । উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজনৈতিক বিভাগৰ তত্বাবধানত সন্ত্ৰাস জৰ্জৰ অঞ্চল সমূহত এই কৌশল সমূহ অবলম্বন কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com