ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰত নিযুক্ত ২০২০
ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰত সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
১/সহকাৰী অধ্যাপক অসমীয়া-১ [reserved for S.C. (Roster Point No-36)]
২/সহকাৰী অধ্যাপক অৰ্থনীতি-১ [reserved for OBC/MOBC Roster Point No-47]
৩/ সহকাৰী অধ্যাপক বাণিজ্য-১ [reserved for ST(H)Roster Point No-30]
৪/সহকাৰী অধ্যাপক বড়ো-১[reserved for ST(p)Roster Point No-45]
৫/সহকাৰী অধ্যাপক বড়ো-১ [ unreserved Roster Point No-46]
যোগ্যতা: ইউ জি চি ৰ অধীনত NET/SLET/SET উৰ্ত্তীণ হব লাগিব।
বয়স: ৩৮ বছৰ ( ০১/০১/২০২০)
৫ বছৰ এচ চি/এচ টি/ পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অ বি চি/এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই।
কেনেদৰে আবেদন কৰিব : আবেদনকাৰী সকলে ডিমান্ড ড্ৰাফ্ট যোগে ২০০০/- টকা Principal, Chaiduar College, SBI Balijan Branch ত বিজ্ঞাপন প্ৰকাশনৰ ১৫ দিনৰ ভিতৰত দমা কৰিব লাগিব।
প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশনৰ ১৫ দিনৰ ভিতৰত আবেদনসমূহ আবেদন কৰিব লাগিব।
অধিক জনাৰ বাবে : Click Here
অন্য খবৰৰ বাবে পঢ়ক : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমত নিযুক্তি ২০২০