ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰত নিযুক্ত ২০২০

ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰত নিযুক্ত ২০২০

ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰত নিযুক্ত ২০২০

ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰত সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/সহকাৰী অধ্যাপক অসমীয়া-১ [reserved for S.C. (Roster Point No-36)]

২/সহকাৰী অধ্যাপক অৰ্থনীতি-১ [reserved for OBC/MOBC Roster Point No-47]

৩/ সহকাৰী অধ্যাপক বাণিজ্য-১ [reserved for ST(H)Roster Point No-30]

৪/সহকাৰী অধ্যাপক বড়ো-১[reserved for ST(p)Roster Point No-45]

৫/সহকাৰী অধ্যাপক বড়ো-১ [ unreserved Roster Point No-46]

যোগ্যতা: ইউ জি চি ৰ অধীনত NET/SLET/SET উৰ্ত্তীণ হব লাগিব।

বয়স: ৩৮ বছৰ ( ০১/০১/২০২০)

৫ বছৰ এচ চি/এচ টি/ পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অ বি চি/এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই।

কেনেদৰে আবেদন কৰিব : আবেদনকাৰী সকলে ডিমান্ড ড্ৰাফ্ট যোগে ২০০০/- টকা Principal, Chaiduar College, SBI Balijan Branch ত বিজ্ঞাপন প্ৰকাশনৰ ১৫ দিনৰ ভিতৰত দমা কৰিব লাগিব।

প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশনৰ ১৫ দিনৰ ভিতৰত আবেদনসমূহ আবেদন কৰিব লাগিব।

অধিক জনাৰ বাবে : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com