Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্পৰ্ক যাত্ৰাৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্পৰ্ক যাত্ৰাৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2019 9:58 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্পৰ্ক যাত্ৰা , বিধায়কৰ প্ৰতিনিধিৰ দল আৰু অসম চৰকাৰৰ শীৰ্ষ বিষয়া সকলৰ সৈতে মংগলবাৰে এক আলোচনাত মিলিত হয়। যিসকল প্ৰতিনিধিয়ে বাংলাদেশ আৰু ম্যানমাৰ যাত্ৰা কৰিব সেই সকলকৰ লগত আলোচনা কৰে । ২০১৯ চনৰ ২৬ জুনৰ পৰা ৪ জুলাইলৈ এই প্ৰতিনিধিৰ দলে বাংলাদেশ আৰু ম্যানমাৰলৈ যাত্ৰা কৰিব ২৬ জুনত । এই অনুষ্ঠানত অনুষ্ঠিত হৈছিল জনতা ভবনৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ কনফৰেন্সৰ হলত ।

উল্লেখযোগ্য যে , প্ৰায় ৩০ জনীয়া দলৰ ভিতৰত ১৪ জন বিধায়ক আৰু আন আন শীৰ্ষ আই এ এচ আৰু এ চি এচ বিষয়ায়ে উদ্যোগ আৰু বানিজ্যি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ নেতৃত্বত ভ্ৰমণ কৰিব । অসমৰ বিভিন্ন প্ৰান্তৰ অঞ্চলৰ সুবিধা সমূহৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আৰু সাম্ভাব্য অৰ্থনৈতিক উন্নয়নত অংশীদাৰৰ উদ্দেশ্যে এই ভ্ৰমণ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে । অসমৰ এই প্ৰতিনিধিৰ দলেটোৱে বাংলাদেশ আৰু ম্যানমাৰৰ যাতায়াত , ৰপ্তানিকাৰী , ব্যবসায়িক আৰু শীৰ্ষ চৰকাৰী বিষয়াৰ সৈতে আলোচনা কৰিব আৰু বানিজ্যিক ক্ষেত্ৰ খনত থকা সুযোগ সমূহ প্ৰসাৰ কৰা হব। ২০১৯ চনৰ ২৬ জুনৰ পৰা ৪ জুলাইলৈ এই প্ৰতিনিধিৰ দলে বাংলাদেশ আৰু ম্যানমাৰলৈ যাত্ৰা কৰিব ২৬ জুনত ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিনিধিৰ দলটোক অসমৰ শক্তি প্ৰকাশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ASEAN আৰু দক্ষিণ পশ্চিম এছিয়াৰ ভৌগলিক দিশত অসম কেন্দ্ৰ বুলি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এক্ট ইষ্ট পলিচিৰ অধিনত গুৱাহাটী খন দক্ষিণ পশ্চিম এছিয়াৰ দুৱাৰ বুলি প্ৰকাশ কৰিছিল । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সফল সংস্থা সমূহ যেনে এভানটেজ আচাম: গ্লবেল ইনভেষ্টমেন্ট চামিত " ত ৰাজ্যত বিনিয়োগৰ এক পথ মুকলি হয় আৰু ভূটান আৰু বাংলাদেশত ২ টা কাৰ্যালয় প্ৰতিস্থা কৰা হয় ।

বানিজ্য আৰু উদ্যোগ মন্ত্ৰী , এক্ট ইষ্ট পলিচি এফিয়াৰচ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু এক্ট ইষ্ট পলিচি বিভাগৰ অতিৰিক্ত মুখ্য সচিবেও এই অনুষ্ঠানত অংশগ্ৰহন কৰিব । মুখ্যমন্ত্ৰীৰ মেডিয়া মুখ্য উপদেষ্টা ঋশ্বিকেশ গোস্বামী আৰু আইন পৰামৰ্শদাতা শান্তনু ভৰালীও এই অনুষ্ঠানত উপস্থিত থাকে । লগতে বহুকেইজন বিধায়কে ভ্ৰমণত অংশগ্ৰহন কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক :তামোলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি

Next Story
চাকৰি