পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য: সৰ্বসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য: সৰ্বসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য ৷ মাহটোৰ প্ৰথম দিনটোতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ’ল ৭৬.৫ টকা ৷ লগতে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ মূল্য বৃদ্ধি পালে ১১৯ টকাকৈ ৷ ইফালে বিগত মাহত ঘৰুৱা ৰন্ধন গেছৰ মূল্য আছিল ৫৭৪ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১০০৪ টকা ৷

বৰ্তমান ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৬৮১.৫০ টকা । বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’বগৈ ১২০৪ টকা। উল্লেখ্য যে সততে চিলিণ্ডাৰ মূল্য বৃদ্ধিয়ে লোকসকলক জোলোকা জোলোকে পানী সেৱন কৰা কৰাইছে ৷ পূৰ্বতেও চিলিণ্ডাৰ মূল্য বৃদ্ধিয়ে লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক : Segun Wooden Logs worth Rs 70,000 seized in Lanka

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com