দৰং মহাবিদ্যালয়, তেজপুৰত নিযুক্তি ২০২০

দৰং মহাবিদ্যালয়, তেজপুৰত নিযুক্তি ২০২০
দৰং মহাবিদ্যালয় তেজপুৰত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক (গণিত, নেপালী)
পদৰ সংখ্যা: ০৩
শিক্ষাগত অৰ্হতা: UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ অথবা Ph.D ডিগ্রীধাৰী হব লাগিব।
বয়স: ৩৮ বছৰ (৬ বছৰ এচ চি/এচ টি/ পি ডাব্লিউ প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অ বি চি/ এম অ বি চি)
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ১৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Darrang College, payable at SBI, Main Branch, Tezpur (IFSC -SBIN0000195) should reach the Principal, Darrang College. ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (১/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ১৬/০৩/২০২০
সৱিশেষ জানিবলৈ: click here
অন্য খবৰৰ বাবে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি২০২০