Begin typing your search above and press return to search.
দিল্লী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

দিল্লী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০
দিল্লী উচ্চ ন্যায়ালয়ত জুনিয়ৰ জুডিচিয়েল এছিছটেন্ট/ ৰেষ্ট'ৰাৰ পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: জুডিচিয়েল এছিছটেন্ট/ৰেষ্ট'ৰাৰ
পদৰ সংখ্যা: ১৩২ ( সাধাৰণ শ্ৰেণী-৩৬, আৰ্থিক ভাৱে পিছপৰা-২১, অ বি চি-৩৩, এছ চি-২৬, এছ টি -১৬, সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী-২২, বিশেষভাবে সক্ষম প্ৰাৰ্থী- ০৮)
শিক্ষাগত অৰ্হতা: স্নাতক উৰ্ত্তীণ হোৱাৰ লগতে প্ৰতি মিনিটত কমেও ৩৫টা শব্দ কম্পিউটাৰত টাইপ কৰিব পাৰিব লাগিব।
বয়স: ১৮ ৰ পৰা ২৭ বছৰ
আবেদনৰ শেষ তাৰিখ: ১১/০৩/২০২০
প্ৰাৰ্থীসকলে অনলাইন আবেদনৰ লগতে অন্যান্য প্ৰয়োজনীয় তথ্যপাতিৰ বিষয়ে জানিবলৈ ৱেবছাইট www.delhihighcourt.nic.in ৰ সহায় লব পাৰে।
সৱিশেষ জানিবলৈ: click here
অন্য খবৰৰ বাবে পঢ়ক: দৰং মহাবিদ্যালয়, তেজপুৰত নিযুক্তি ২০২০
Next Story