টেলিকমিউনিকেচন বিভাগত নিযুক্তি ২০২০

টেলিকমিউনিকেচন বিভাগত নিযুক্তি ২০২০

টেলিকমিউনিকেচন বিভাগত নিযুক্তি ২০২০

টেলিকমিউনিকেচন বিভাগে খালী পদসমূহৰ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। বি.টেক আৰু বি ই ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে ছাব ডিভিজনেল ইন্জিনিয়াৰ, জুনিয়ৰ টেলিকম অফিচাৰ পদসমূহত ০২-০৩-২০২০ তাৰিখলৈকে আবেদনসমূহ বিচৰা হৈছে।

পদৰ নাম - ছাব ডিভিজনেল ইন্জিনিয়া

শিক্ষাগত অৰ্হতা- ইলেকট্রিকেল অথবা ইলেকট্রিনিকছ

ইলেকট্রিকেল কমিউনিকেচন অথবা কম্পিউটাৰ চাইন্স অথবা টেলিকমিউনিকেচন অথবা ইনফৰমেচন টেকনলজি অথবা ইনষ্ট্ৰোমেনটেচন ত স্নাতক ডিগ্রীধাৰী হব লাগিব।

দৰমহা: ৪৭৬০০-১৫১১০০/-

বয়স সীমা- ৫৬ বছৰ

নিৰ্ধাৰিত তাৰিখ- ০২-০৩-২০২০

পদৰ নাম - জুনিয়ৰ টেলিকম অফিচাৰ

শিক্ষাগত অৰ্হতা-ইলেকট্রিকেল অথবা ইলেকট্রিনিকছ

ইলেকট্রিকেল কমিউনিকেচন অথবা কম্পিউটাৰ চাইন্স অথবা টেলিকমিউনিকেচন অথবা ইনফৰমেচন টেকনলজি অথবা ইনষ্ট্ৰোমেনটেচন ত স্নাতক ডিগ্রীধাৰী হব লাগিব।

দৰমহা- ৩৫৪০০- ১১২৪০০/-

বয়স সীমা - ৫৬ বছৰ

নিৰ্ধাৰত তাৰিখ-০২/০৩/২০২০

ঠিকনা : Director (Admin & West), 0/0 Director General Telecom HQ, 9th Floor, Sanchar Bhawan, New Delhi – 110001

বাচনি প্ৰক্ৰিয়া- ডিপিউটেচনৰ (deputation) ওপৰত ভিত্তি কৰি প্ৰাৰ্থী সমূহক নিৰ্বাচন কৰা হব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com