শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

শিৱসাগৰ ৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

শিৱসাগৰ ৰ ৰিভিনিউ চেৰিষ্টীদাৰৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম : ৰিভিনিউ চেৰিষ্টীদাৰ

পদৰ সংখ্যা: ১

দৰমহা: ২২,০০০- ৯৭,০০০ গ্ৰেড পে- ১১,৫০০

অৰ্হতা: প্ৰাৰ্থী ৰাজ্যৰ যি কোনো জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জেনেৰেল আৰু ৰিভিনিউ শাখা ত ১৫ বছৰ ৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

নিৰ্বাচন প্ৰক্ৰিয়া- জেনেৰেল এডমিনিস্ট্রেচন ডিপার্টমেন্ট ৰ অসম জিলা মিনিষ্টিৰিয়েল ইষ্টাব্লিচমেনৰ চাৰ্ভিচ নিয়ম অনুসৰি ১৯৬৭অসম জিলা মিনিষ্টিৰিয়েল ইষ্টাব্লিচমেনৰ চাৰ্ভিচ (Amendment) ১৯৯৯ নিয়মৰ অধীনত নিৰ্বাচন কৰা হব।

আবেদন কাৰী সকলে বয়সৰ প্ৰমান পত্ৰ, শিক্ষা নথিপত্ৰ, অভিজ্ঞতাৰ প্ৰমান পত্ৰ , নিজৰ ঠিকনা, পাছপোৰ্ট ফটো। পাঁচ বছৰ ৰ এনোয়েল কনফিডেঞ্চিয়েল ৰিপোৰ্ট উপায়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব।Deputy Commissioner, Sivasagar within 15.02.2020

আবেদন সমূহ শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা ত পঠিয়াব লাগিব ,

আবেদনৰ শেষ তাৰিখ- ১৫/০২/২০২০

Last Date: 15/02/2020

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com