Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2020 1:11 PM GMT

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

৭ ফেব্ৰুৱাৰী ২০২০ৰ‌ পুৱা ১১ বজাত সাক্ষাৎকাৰৰ সময় নিৰ্ধাৰণ কৰা হৈছে । এই সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ কাৰ্যালয়ত । নিম্নলিখিত পদৰ বাবে ঠিকাভিক্তিক নিযুক্তি দিয়া হব।‌

পদৰ নাম- প্ৰজেক্ট এচিচটেন্ট

পদৰ সংখ্যা- ১

অৰ্হতা- বাণিজ্য বিভাগত পি জি , লগতে কম্পিউটাৰ, একাউন্টিং, পি এফ এম এছ , এম আই এচৰ জ্ঞান থাকিব লাগিব ।

দৰমহা - ২০,০০০ প্ৰতিমাহে

বয়স - চৰকাৰৰ নিয়ম অনুসৰি

সাক্ষাৎকাৰৰ তাৰিখ- ০৭-০২-২০২০

সময় - ১১

স্থান-ৰেজিষ্টাৰ কাৰ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : কেন্দ্ৰীয় লোক সেৱা আয়োগ ( ইউ পি এছ চি) ত নিযুক্তি

Next Story
চাকৰি