কেন্দ্ৰীয় লোক সেৱা আয়োগ ( ইউ পি এছ চি) ত নিযুক্তি

কেন্দ্ৰীয় লোক সেৱা আয়োগ ( ইউ পি এছ চি) ত নিযুক্তি

কেন্দ্ৰীয় লোক সেৱা আয়োগ ( ইউ পি এছ চি) ত নিযুক্তি

লোকসেৱা আয়োগে যিকোনো ডিগ্ৰীৰ প্ৰাৰ্থীৰ বাবে অন লাইনযোগে আবেদনৰ পথ মুকলি কৰিছে । এনফৰ্ছমেণ্ট অফিচাৰ / একাউন্স অফিচাৰ পদৰ বাবে আবেদন মুকলি কৰিছে । গুৰুত্বপূৰ্ণ তথ্য সমুহ তলত উল্লেখ কৰা হ'ল -

পদৰ নাম - এনফৰ্ছমেণ্ট অফিচাৰ / একাউন্স অফিচাৰ পদ।

যোগ্যতা - আইন বিষয়ত স্নাতক ডিগ্ৰী /পাচঁ বছৰ আইন বিষয়ত ইন্টিগ্ৰেটেট স্নাতক ডিগ্ৰী/ মাছটাৰ্চ অফ বিজনেজ এডমিনিষ্টেচন /মেনেজমেন্তত স্নাতক ডিপ্ল'মা ;কোম্পানী চেক্ৰেটাৰি/ চাৰ্টাৰ্ড একাউনটেণ্ট/ কস্ত এন মেনেজমেন্ত একাউণ্টেণ্ট

খালী পদ - ৪২১

এচ চি- ৬২

এচ টি - ৩৩

অ'বি চি - ১১৬

ই ডব্লিউ এছ - ৪২

ইউ আৰ- ১৬৮

অভিজ্ঞতা - দুবছৰ প্ৰশাসনিক অভিজ্ঞতা /একাউনটেণ্ট/চৰকাৰী যিকোনো আইনি বিষয় আৰু ব্যক্তিগত সংগঠন ।

বয়স -৩০ বছৰ

আবেদনৰ অন্তিম তাৰিখ - ৩১/১/২০২০

আবেদনৰ মাছুল - ২৫ টকা নগদ জমা দিব লাগিব । ইয়াত কোনোধৰনৰ বেংকিং সুবিধা দিয়া নাই ।

ST/SC/PH/মহিলা আবেদনকাৰীক মাছুলৰ পৰা ৰেহাই দিয়া হৈছে ।আবেদনকাৰী সকলে অনলাইনযোগে আবেদন কৰিব পাৰিব (ORA)

অনলাইনযোগে আবেদনকাৰীৰ অন্তিম তাৰিখ - ৩১/১/২০২০

মূদ্ৰনযোগে সম্পূৰ্ণ আবেদনপ্ৰত্ৰ দাখিল কৰিব পাৰিব ১/২/২০২০ লৈকে ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com