ভাৰতীয় ডাক বিভাগত জুনিয়ৰ একাউনটেণ্ট পদত নিযুক্তি

ভাৰতীয় ডাক বিভাগত জুনিয়ৰ একাউনটেণ্ট পদত নিযুক্তি

ভাৰতীয় ডাক বিভাগত জুনিয়ৰ একাউনটেণ্ট পদত নিযুক্তি -

অসম চাৰ্কেল ,ডাইৰেক্টৰ অৱ একাউণ্টচ ( পোষ্টেল) গুৱাহাটীত 'C' গ্ৰেড পদত আবেদনৰ পদ মুকলি কৰিছে । আবেদনকাৰী প্ৰাৰ্থী সকলক বিভিন্ন মন্ত্ৰালয় / চৰকাৰী বিভাগ /ৰাজ্য চৰকাৰ /PSU ক সামৰি ডাক বিভাগে প্ৰাৰ্থীক নিযুক্তি দিব। তলত তথ্য সমুহ উল্লেখ কৰা হ'ল -

পদৰ নাম - জুনিয়ৰ একাউনটেণ্ট

দৰমহা -৫২০০-২০০০০ জি.পি -২৮০০

পদৰ সংখ্যা -১

আবেদনৰ অন্তিম তাৰিখ - ৬/৩/২০২০ ।

আবেদনকাৰী সকলে উক্ত পদত আবেদন কৰা আগতে যোগ্যতাৰ প্ৰমানপ্ৰত্ৰ আৰু অফিচিয়েল নটিফিকেছন সমুহ নিদিষ্ট কৰি দিব লাগিব । আগ্ৰহী প্ৰাৰ্থীসকলে ৬/৩/২০২০ ৰ আগতে আবেদন কৰিব লাগিব ।www.indiapost.gov.in ৱেবচাইতত অধিক তথ্য উল্লেখ কৰা হৈছে ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com