Begin typing your search above and press return to search.

বৃহৎ পৰিমাণৰ বাৰ্মিজ জব্দ দিলাই আৰক্ষীৰ

বৃহৎ পৰিমাণৰ বাৰ্মিজ জব্দ দিলাই আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Aug 2019 9:33 AM GMT

বৃহৎ পৰিমাণৰ বাৰ্মিজ জব্দ দিলাই আৰক্ষীৰ৷ কাৰ্বি আংলঙৰ অসম নাগালেণ্ড সীমান্তত মংগলবাৰে ডিলই আৰক্ষী থানাই এক বৃহৎ পৰিমাণৰ ভূৱা বাৰ্মিজ উদ্ধাৰ কৰে। এই বাৰ্মিজসমূহ গুৱাহাটীৰ পৰা ডিমাপুৰৰ যোৱা পথত তিনিখন ট্ৰাক জব্দ কৰে। জব্দ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে চিগাৰেট,ম’হ মৰা কইল,চিন্থেথিক কাপোৰ আৰু প্ৰশাধনৰ বিভিন্ন বস্তু ৷যি সমূহৰ মূল্য হ’ব প্ৰায় ৫০ লাখ টকা ।

এই ভূৱা সামগ্ৰীসমূহ ডিমাপুৰৰ এজন ব্যৱসায়ীৰ দ্বাৰা মণিপুৰৰ মাজেদি বহি ৰাজ্যলৈ পঠোৱা হৈছিল। এই সমাগ্ৰীসমূহ ৩৬ ৰাষ্ট্ৰীয় ঘাই পথেদি পঠোৱা হৈছিল ।চিগাৰেট আৰু গডজিলা এক ম’হ খেদা কইল হিচাপে ব্যৱহাৰ কৰা হয় ।ম’হ খেদা এই বিধ কইলক ভাৰতীয় কীটনাশক অধিনিয়ম ১৯৬৪ ৰ আধাৰত বিপদজনক হিচাপে আখ্যা দিছে। এই বিধ কইল ৰাজ্যৰ প্ৰায় দোকানত উপলব্ধ ৷

অধিক খবৰৰ বাবে পঢ়ক:গুৱাহাটী ৰেল ষ্টেচনত ৪৫ কেজি গাঞ্জা জব্দ

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged anomalies in allotment of houses under PMAY scheme in Mangaldoi

Next Story
চাকৰি