ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, শোণিতপুৰ ত নিযুক্তি ২০২০
ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি,শোণিতপুৰত ঠিকাভিত্তিক কাৰ্যালয় সমন্বয়কৰ পদটিৰবাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম:কাৰ্যালয় সমন্বয়কৰ
পদৰ সংখ্যা: ০১
বয়স সীমা: ১৮ ৰ পৰা ৪৩ বছৰ
দৰমহা: ২০,০০০/-টকা প্ৰতি মাহ
শিক্ষাগত অৰ্হতা: বি.এ/ বি. এচ.চি/ বি.কম আৰু ৬মহীয়া কম্পিউটাৰ এম.এচ অফিচ, ইন্টাৰনেট/ই-মেইলত ডিপ্লোমা/ চাৰ্টিফিকেট
আবেদনৰ শেষ তাৰিখ: ১৬/০২/২০২০
বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথিপত্ৰ, বয়সৰ প্ৰমান পত্ৰ লগতে ৩ খনকৈ পাছপোর্ট ফটো “The Chairman/ District Legal Services Authority, Sonitpur, ADR Building, Tezpur Court Campus, PIN -784001” on or before 16th February 2020ৰ ঠিকানা ত পঠিয়াব লাগিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত নিযুক্তি, ২০২০