Begin typing your search above and press return to search.

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি মৰিগাঁওত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি মৰিগাঁওত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2020 1:42 PM GMT

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি মৰিগাঁওত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, মৰিগাঁওত ঠিকাভিত্তিক ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ পদটিৰবাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ

পদৰ সংখ্যা: ০১

বয়স: ১৮ ৰ পৰা ৩৮ বছৰ

দৰমহা: ২০,০০০/- প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: বি.এ/বি এচ চি/বি. কম লগতে ৬ মহীয়া কম্পিউটাৰ কৰ্চ চাৰ্টিফিকেটত ডিপ্লোমা, এম এচ অফিচ, ইন্টাৰনেট

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ: ২8/০২/২০২০

সৱিশেষ জানিবলৈ: Click here

অন্য খবৰৰ বাবে পঢ়ক: লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি