Begin typing your search above and press return to search.
ডিব্ৰুগড় বিশ্ববিদ্যালয় ত নিযুক্তি ২০২

ডিব্ৰুগড় বিশ্ববিদ্যালয় ত নিযুক্তি ২০২০
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা ৱা্ক-ইন-ইনটাৰভিউৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম : সহকাৰী অধ্যাপক (শিক্ষা)
পদৰ সংখ্যা: ০১
অৰ্হতা: স্নাতকোত্তৰ গণিত বিষয়ত/ এম.এড লগতে NET/SET/ GATE উৰ্ত্তীণ হব লাগিব।
দৰমহা: ২৫,০০০/- প্ৰতি মাহ
নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
সাক্ষাৎকাৰৰ স্থান: Dibrugarh University
আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০
সময়: ১০:৩০ ৰাতিপুৱা
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক: অইল ইণ্ডিয়া এইচ এচ স্কুলত নিযুক্ত ২০২০
Next Story